Ishan Kishan

ৰোহিত শৰ্মাৰ আঘাতৰ বাবে বাংলাদেশৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত সুযোগ পালে ঈশান কিষাণে।সেই সুযোগ অথলে যাব নিদিলে ক্ৰিকেটাৰ গৰাকীয়ে। আৰম্ভণিৰ পৰাই দূৰ্দান্ত ৰূপ ধৰিলে ঈশানে। প্ৰথমে ৮৫ টা বলত শতক অৰ্জন কৰি আৰু বেছি বিস্ফোৰক হৈ উঠিছিল বাওহতীয়