Christiano Ronaldo

সকলোৰে প্ৰিয় ফুটবলৰ তাৰকা ৰণাল্ডোক মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলা আৰু দেখিবলৈ নাপাব! ইংলেণ্ডৰ সংবাদ মাধ্যমে জানিব দিয়া মতে অতি শীঘ্ৰেই ৰণাল্ডোৰ আগমণ ঘটিব চেলছিলৈ!