Euro 2024

ইউৰো ২০২৪ৰ অন্তিম আঠত প্ৰৱেশ পৰ্তুগাল দলৰ

শ্ল’ভেনিয়াৰ বিৰুদ্ধে টাইব্ৰেকাৰত জয়লাভ পৰ্তুগালৰ

খেলখনৰ অন্তত পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে অৱসৰৰ পৰিকল্পনা ঘোষণা কৰে

ৰোনাল্ডৱে পেনাল্টি মিছ কৰাৰ পিছত মাতৃৰ চকুত চকুলো, এখন বিশেষ ফটো বৰ্তমান ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত

মেচৰ অন্তত ৰোনাল্ডোৱে কয়  “মোৰ এইখন কেৰিয়াৰৰ অন্তিম খন খেল ইউৰো কাপৰ”

“মই আপ্লুত হৈছো আজি পৰিয়াল কাষতে আছে”