Boat Accident


গোসাঁইগাঁৱৰ  ১ নং গৰুমাৰাচৰৰ সোনকোষ নদীত নাওঁ দূৰ্ঘটনা। নাওঁ দূৰ্ঘটনাত ১ নং গৰু মাৰাৰচৰৰ ৰহিম শ্বেখৰ কন্যা ৰমিছা খাতুন আৰু গোলাম হোছেনৰ পত্নী শাফিয়া বিবি নাওঁ দূৰ্ঘটনাত  সন্ধানহীন। সোনকোষ নদীৰ বুকুত নিখোজ  মহিলা দুগৰাকী। সোনকোষ নদীৰ পৰা ৰন্ধাৰ কাৰণে খৰি লৈ যোৱাৰ সময়ত টুলুঙা নাওখন দুৰ্ঘটনা হৈ ২ গৰাকী মহিলা নিখোজ হয় আৰু ৩ গৰাকী মহিলা কোনোমতে উদ্বাৰ হয়। ঘটনা স্থলীত  গোসাঁইগাঁও মহকুমা আৰক্ষী, গ্ৰাহামপুৰ আৰক্ষী , গোঁসাই গাওঁ আৰক্ষী SDRF বাহিনী, দণ্ডাধীশ ,নাট মণ্ডল  উপস্থিত হৈ উদ্বাৰ অভিযান আৰম্ভ কৰিছে।