africa

ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ৯১ যাত্ৰীৰ
মহিলা, শিশুসহ ৯১ গৰাকী নাও যাত্ৰীৰ কৰুণ মৃত্যু
এখন মাছধৰা নাৱত কঢ়িয়াই নিয়া হৈছিল প্ৰায় শতাধিক যাত্ৰী
৫ যাত্ৰীক জীৱিত অৱস্থাত উদ্ধাৰ
এটা দ্বীপলৈ গৈ থকা অৱস্থাত এই কৰুণ ঘটনা
নাওখনত অত্যাধিক লোকৰ ভিৰ হোৱাত দুৰ্ঘটনা হোৱাৰ সন্দেহ
পূব আফ্ৰিকাৰ মোজাম্বিক দেশত সংঘটিত এই ঘটনা
ইয়াৰ পূৰ্বে মোজাম্বিকত বৃদ্ধি পাইছিল কলেৰা মহামাৰীৰ প্ৰাৰ্দুভাৱ
কলেৰাত প্ৰায় আক্ৰান্ত হৈছিল ১৫ হাজাৰ লোক
কলেৰাত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৩২ জন লোকৰ নামপুলা দ্বীপত