Justice

প্ৰসংগঃ গুজৰাটৰ বিলকিছ বাণু ধৰ্ষণৰ ঘটনা
অৱশেষত ন্যায় পালে বিলকিছ বাণুৱে
শীঘ্ৰে গ্ৰেপ্তাৰৰ নিৰ্দেশ ১১ অভিযুক্তক
১১ ধৰ্ষণকাৰীয়ে ওৰে জীৱন কটাব লাগিব জে’লত
সোমবাৰে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় 

গুজৰাটৰ ৰাজ্য চৰকাৰক ককৰ্থনা সৰ্বোচ্চ ন্যায়ালয়ৰ 
দুসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিব লাগিব ১১ অভিযুক্তই
২০০২ চনৰ গুজৰাট সংঘৰ্ষত ধৰ্ষিতা হৈছিল বাণু 
১১ পাষণ্ডই হত্যা কৰিছিল পৰিয়ালক

ধৰ্ষণৰ সময়ত ৫ মাহৰ গৰ্ভৱতী আছিল বাণু
গুজৰাটৰ বিজেপি চৰকাৰৰ আৰ্শীবাদত মুক্ত হৈছিল দোষী
২০২২ চনৰ ১৫ আগষ্টত মুক্তি পাইছিল ১১ পাষণ্ডই