বৰপেটাত পত্নী হত্যাকাৰীক ১০ বছৰৰ কাৰাদণ্ড!

Court Declearation

▶️ বৰপেটা জিলা সত্ৰ ন্য়ায়াধীশ আদালতৰ ৰায়

▶️ ২০১৫ৰ ১৮ ফেব্ৰুৱাৰীত কেৰাচিন ঢালি জ্বলাই দিছিল পত্নী প্ৰীতিৰেখা দাসক

▶️ বৰপেটা আদালতৰ অধিবক্তা আছিল প্ৰীতিৰেখা

▶️ যৌতুকৰ বাবেই স্বামী শংকৰজ্য়োতি দাসে জ্বলাই দিছিল পত্নীক

▶️ সুদীৰ্ঘ ৮ বছৰৰ মূৰত আদালতত গুৰুত্বপূৰ্ণ ৰায়দান

▶️ অৱশেষত প্ৰীতিৰেখা দাসৰ ভুক্তভোগী পৰিয়ালে পালে ন্য়ায়

Category
Profile picture for user UB Photos