অৱশেষত ন্যায় পালে বিলকিছ বাণুৱে! ওৰে জীৱন জে’লত কটাব লাগিব ১১ ধৰ্ষণকাৰীয়ে........

banu

প্ৰসংগঃ গুজৰাটৰ বিলকিছ বাণু ধৰ্ষণৰ ঘটনা
অৱশেষত ন্যায় পালে বিলকিছ বাণুৱে
শীঘ্ৰে গ্ৰেপ্তাৰৰ নিৰ্দেশ ১১ অভিযুক্তক
১১ ধৰ্ষণকাৰীয়ে ওৰে জীৱন কটাব লাগিব জে’লত
সোমবাৰে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় 

গুজৰাটৰ ৰাজ্য চৰকাৰক ককৰ্থনা সৰ্বোচ্চ ন্যায়ালয়ৰ 
দুসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিব লাগিব ১১ অভিযুক্তই
২০০২ চনৰ গুজৰাট সংঘৰ্ষত ধৰ্ষিতা হৈছিল বাণু 
১১ পাষণ্ডই হত্যা কৰিছিল পৰিয়ালক

ধৰ্ষণৰ সময়ত ৫ মাহৰ গৰ্ভৱতী আছিল বাণু
গুজৰাটৰ বিজেপি চৰকাৰৰ আৰ্শীবাদত মুক্ত হৈছিল দোষী
২০২২ চনৰ ১৫ আগষ্টত মুক্তি পাইছিল ১১ পাষণ্ডই

উল্লেখ্য যে, ন্যায়াধীশ বি ভি নাগাৰাথানা আৰু উজ্জ্বলপ্ৰিয়াৰ বিচাৰপীঠে প্ৰদান কৰে এই ৰায়। ১৫ আগষ্ট, ২০২২ চনত জেলৰ পৰা বিজেপি চৰকাৰে মুকলি কৰি দিছিল ১১ ধৰ্ষণকাৰীক। গোলাপৰ মালা পিন্ধাই মিঠাই খুৱাই ফোঁট দি জেলৰ পৰা আদৰিছিল বিজেপিৰ মন্ত্ৰী–বিধায়কে। বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি অৱশেষত সৰ্বোচ্চ ন্যায়ালয়ে ন্যায় দিলে বিলকিছ বাণুক।

Category
Profile picture for user UB Photos