UB 24x7

নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টযোগে দীপিকাৰ ফটো শ্বেয়াৰ কৰিলে শ্বাহৰুখ খানে। ‘মষ্ট গ্লেমাৰাছ’ হিচাপে সকলোৰে আগত দীপিকাক চিনাকি কৰাই দিলে শ্বাহৰুখ খানে। পাঠানৰ প্ৰথমটো গীত ২০২২ চনৰ ১২ ডিচেম্বৰত মুক্তি পাবলৈ সাজু হৈছে।প্ৰতিশ্ৰুতি অনুসৰি নিৰ্মাতাসকলে দীপিকা পাডুকনৰ সৈতে বেশৰাম ৰং নামৰ ট্ৰেকটো মুকলি কৰিব। ৯ ডিচেম্বৰত শ্বাহৰুখ খানে ট্ৰেকটোৰ পৰা দীপিকাৰ ফাৰ্ষ্ট লুক পোষ্টাৰ উন্মোচন কৰে। আৰু তাৰপাছতে অনুৰাগীসকলৰ মাজত সৃষ্টি হয় তীব্ৰ চৰ্চাৰ। আনহাতে সকলোৰে উত্তেজনা বৃদ্ধি কৰিবলৈ আজি পুনৰ শ্বাহৰুখে বেছাৰাম ৰংৰ দীপিকাৰ আন এক গ্লেমাৰাছ লুক শ্বেয়াৰ কৰে। টুইটাৰযোগে এই ফটো শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখে, ‘তাই সক