Karbi Election

সন্মুখত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (কেএএচি) নিৰ্বাচন। 

৮ জুনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় কাৰ্বি আংলঙৰ জনসাধাৰণৰ বাবে ট্ৰিপল ইঞ্জিন চৰকাৰ সেৱাত থাকিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনত ৪ জুনলৈকে প্ৰচাৰ চলাব আৰু মুঠ ১৮ খন নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব।