Jonai

জোনাইত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। যি ঘটনা শুনিলে হয়তো আপুনিৰো গাৰ নোম শিয়ৰি উঠিব । ইয়াতকৈ জঘন্য আৰু কি হ'ব পাৰে ?

সোমবাৰে জোনাইৰ ৰতকে মিগাংগ গাঁৱত সংঘটিত এই নিৰ্লজ্জ কাণ্ডটো। পিতৃৰ সৰুকালৰে বন্ধুৱে শাৰীৰিকভাৱে সক্ষম কন্যাক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।