Firing Incident

আৰক্ষীৰ তদন্তত ফাদিল খানাপাৰাৰ অঞ্জন হত্যাৰ ব্লুপ্ৰিণ্ট
পত্নীৰ মাতৃ-পৰকীয়া প্ৰেমিকে ৰচিছিল ষড়যন্ত্ৰ
পত্নী গীতাশ্ৰীৰ পৰা অঞ্জনক পৃথক কৰাৰ চেষ্টা মাতৃৰ
গীতাশ্ৰীৰ মাতৃৰ CDRত এটা বিশেষ ফোন নম্বৰ উদ্ধাৰ আৰক্ষীৰ
বিশেষ ফোন নম্বৰটো অভিযুক্ত সৌৰভ গোৱেংকাৰ
তাৰ পিছতেই আৰক্ষীৰ তদন্তই ল’লে নতুন গতি
পৰীক্ষা কৰা হ’ল হত্যাৰ বলি অঞ্জনৰ CDRও
তাতো ওলাল আন এটা বিশেষ ফোন নম্বৰ
এই ফোন নম্বৰটো সৌৰভ গোৱেংকাৰ বন্ধুৰ
অঞ্জনে ব্লক কৰি ৰাখিছিল এই নম্বৰটো
এই সূত্ৰৰ তদন্ততে পৰিষ্কাৰ হ’ল সমগ্ৰ ঘটনা
জানুৱাৰীৰ পৰা গীতাশ্ৰী-সৌৰভৰ চলিছিল পৰকীয়া প্ৰেম