Information & Technology

আপুনি বাৰু জানেনে যে আপোনাৰ মোবাইল ফোনটোৱে আপোনাৰ সকলো কথা শুনা পায়। আৰু সেই সকলোবোৰ কথা বা ইচ্ছা অনুসৰিয়ে আপোনাক Ads বোৰ দেখায়। কিন্তু যদিহে আপুনি আপোনাৰ মোবাইল ফোনটোত এই কেইটা settings বন্ধ কৰি দিয়ে, তেতিয়া আৰু আপোনাৰ মোবাইল ফোনটোৱে আপোনাৰ কোনো কথা শুনা নাপাব।

গতিকে সেই settingsৰ বিষয়ে জানো আহক -

এই প্ৰক্ৰিয়াটো বন্ধ কৰিবলৈ পোন প্ৰথমতে আপুনি আপোনাৰ মোবাইল ফোনটোৰ settingsত গৈ google ত ক্লিক কৰক।