আপুনি বাৰু জানেনে যে, আপোনাৰ মোবাইল ফোনটোৱে আপোনাৰ সকলো কথা শুনে!.......

mbl

আপুনি বাৰু জানেনে যে আপোনাৰ মোবাইল ফোনটোৱে আপোনাৰ সকলো কথা শুনা পায়। আৰু সেই সকলোবোৰ কথা বা ইচ্ছা অনুসৰিয়ে আপোনাক Ads বোৰ দেখায়। কিন্তু যদিহে আপুনি আপোনাৰ মোবাইল ফোনটোত এই কেইটা settings বন্ধ কৰি দিয়ে, তেতিয়া আৰু আপোনাৰ মোবাইল ফোনটোৱে আপোনাৰ কোনো কথা শুনা নাপাব।

গতিকে সেই settingsৰ বিষয়ে জানো আহক -

এই প্ৰক্ৰিয়াটো বন্ধ কৰিবলৈ পোন প্ৰথমতে আপুনি আপোনাৰ মোবাইল ফোনটোৰ settingsত গৈ google ত ক্লিক কৰক। 

mbl

তাৰ পিছত Manage your google account ত ক্লিক কৰি,

mbl

your data & privacy options ত গৈ অলপ তললৈ স্কল কৰি web & App Activity ত গৈ

mbl

আৰু অলপ তললৈ স্কল কৰি Include voice and audio Activity ত ক্লিক কৰি তাতে থকা Stop saving কৰক

mblmbl

আৰু তাৰ পিছৰ পৰাই আপোনাৰ ফোনটোৱে আপোনাৰ সকলো কথা শুনাৰ পৰা বঞ্চিত হৈ পৰিব। 

Category
Profile picture for user UB Photos