Health Tips

ফলৰ ৰজা হৈছে আম। বৰ্তমান সময়ত আম সকলোতে উপলব্ধ। পকা আম খায় সকলোৱে ভাল পায়। আমত প্ৰচুৰ পৰিমাণে ভিটামিন বি, ভিটামিন এ, ভিটামিন চি, ভিটামিন ই, ভিটামিন কে ৰ উপৰিও আয়ৰন, ছডিয়াম, ফছফৰাচ, খনিজ লৱন, শ্বেতসাৰ আৰু পটাছিয়াম থাকে। 

গতিকে, ব্যক্তিয়ে আম কিয় খাব লাগে জানো আহক -

১/ পকা আমত পর্যাপ্ত পৰিমাণে খনিজ লৱন পোৱা যায়। এই খনিজ লৱনে আমাৰ শৰীৰৰ দাঁত, নখ, চুলি আদি মজবুত কৰি ৰখাত সহায় কৰে। সেইদৰে আমে কলা দাগ দূৰ কৰাত বিশেষভাৱে সহায় কৰে।