Assam Pride

বেংককত আন্ত:ৰাষ্ট্ৰীয় বক্সিঙৰ বাবে উপস্থিত অভিজিত বৰুৱা ৷ বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন প্ৰফেচনেল বক্সিংত জয়ী হৈছিল অসমৰ খেলুৱৈ গৰাকী ৷

বেংককত ২৮ ছেপ্তেম্বৰত হ’বলগীয়া খেলখনক লৈ আশাবাদী অভিজিত, থাইলেণ্ডৰ বুমডিত জুমপাংৰ বিপক্ষে যুঁজ দিব খেলুৱৈ গৰাকীয়ে ৷

কুৰিৰো অধিক আন্তৰাষ্ট্ৰীয় অভিলেখ গঢ়ি সুনাম কঢ়িয়াইছে খেলুৱৈ গৰাকীয়ে, গ্ৰীণিছ ৱৰ্ল্ড ৰেকৰ্ডটো নাম সন্নিৱিষ্ট কৰিছে খেলুৱৈ গৰাকী ৷