ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে তিতাবৰৰ ৭ গৰাকী খেলুৱৈয়ে

pride

ৰাজ্যৰ লগতে তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে তিতাবৰ কনচেপ্ট শিক্ষা প্ৰতিষ্ঠানৰ ৭ গৰাকী খেলুৱৈয়ে৷

নতুন দিল্লীৰ আগ্ৰাত অনুষ্ঠিত হোৱা 18th Junior National Jump Rope Championship অংশগ্ৰহণ কৰি আজুৰি আনিবলৈ সক্ষম হৈছে পদক৷

২৫ৰ পৰা ২৭ মাৰ্চলৈকে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা তিতাবৰ কনচেপ্ট শিক্ষা প্ৰতিষ্ঠানৰ ৭ গৰাকী খেলুৱৈয়ে সৰ্বমুঠ ১৩ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে৷।ইয়াৰে ৮ টা সোণ,৩ টা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷।

Category
Profile picture for user UB Photos