UPSC পৰীক্ষাত জিলিকিল অসমৰ দুই সন্তান!

UPSC

◾ ঘোষণা হ’ল ২০২১ বৰ্ষৰ UPSC পৰীক্ষাৰ ফলাফল

◾ শীৰ্ষৰ প্ৰথম ৪ স্থান দখল ছাত্ৰীৰ

◾ অসমৰ দুগৰাকী শিক্ষাৰ্থীৰ স্থান লাভ

◾ ৫০৬ স্থান দখল শিল্পা খনিকৰৰ

◾ ৬৩৯ স্থান দখল কৰিছে দেৱজ্যোতি বৰ্মনে

◾ ৬৮৫গৰাকী উত্তীৰ্ণ হৈছে UPSCপৰীক্ষাত

◾ প্ৰথম স্থান লাভ কৰিলে শ্ৰুতি শৰ্মাই

◾ দ্বিতীয় স্থান লাভ অংকিতা আগৰৱালাৰ

◾ তৃতীয় স্থান লাভ জামিনী সিংলাৰ

◾ চতুৰ্থ স্থান লাভ ঐশ্বৰ্য বাৰ্মাৰ

Category
Profile picture for user UB Photos