Shillong

আজি শ্বিলঙলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী। NECৰ সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠানত অংশ ল'ব মোদীয়ে। বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে।