মেঘালয়ৰ পুলিচ বজাৰত দুর্বৃত্তৰ বোমা বিস্ফোৰণ; এতিয়ালৈ কোনো আঘাতপ্রাপ্তৰ খবৰ নাই

Police Bazar Blast

দেওবাৰে সন্ধিয়া মেঘালয়ৰ পুলিচ বজাৰ অঞ্চলত এটা বোমা বিস্ফোৰণে শ্বিলং চহৰখনক জোকাৰি যায়।

অৱশ্যে, আৰক্ষী বিষয়াসকলে জনোৱা অনুসৰি বিস্ফোৰণৰ সময়ত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

উল্লেখ্য় যে, দিল্লী মিস্থান ভাণ্ডাৰ নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওচৰত এই বিস্ফোৰণ সংঘটিত হয়। ইতিমধ্য়ে অঞ্চলটো আৰক্ষী আৰু সুৰক্ষা কৰ্মীৰ দ্বাৰা বন্ধ কৰি দিয়া হৈছে 

আনহাতে, বিস্ফোৰণৰ কাৰণ আৰু আঁৰৰ ব্যক্তি এতিয়াও জানিব পৰা হোৱা নাই।

 

Category
Profile picture for user UB Photos