Jatin Bora APDCL

জনপ্ৰিয় অভিনেতা যতীন বৰাই নিযুক্তি লাভ কৰিলে APDCLত।

শেহতীয়াকৈ অভিনেতাজনক APDCLৰ সঞ্চালকৰ দায়িত্ব দিয়াৰ পিছতে সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ছচিয়েল মিডিয়াত মূহুৰ্ততে ভাইৰেল হৈ পৰিছে অভিনেতাজনক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা বিভিন্ন মিম।

jatin bora meme

কিয় অভিনেতা যতীন বৰাক APDCLৰ সঞ্চালক পদত নিযুক্তি দিয়া হ'ল? সেইলৈ প্ৰশ্ন কৰিছে বহুতে।