আকৌ ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু নায়ক যতীন বৰা, কিন্তু কিয়? চাওঁক

Jatin Bora

জনপ্ৰিয় অভিনেতা যতীন বৰাই নিযুক্তি লাভ কৰিলে APDCLত।

শেহতীয়াকৈ অভিনেতাজনক APDCLৰ সঞ্চালকৰ দায়িত্ব দিয়াৰ পিছতে সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ছচিয়েল মিডিয়াত মূহুৰ্ততে ভাইৰেল হৈ পৰিছে অভিনেতাজনক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা বিভিন্ন মিম।

jatin bora meme

কিয় অভিনেতা যতীন বৰাক APDCLৰ সঞ্চালক পদত নিযুক্তি দিয়া হ'ল? সেইলৈ প্ৰশ্ন কৰিছে বহুতে।

jatin bora meme2

চিনেমাৰ নায়কজন কিদৰে এই পদৰ বাবে যোগ্য হ'ল, বা কি ভিত্তিত ৰাজ্য় চৰকাৰে যতীন বৰাক APDCLৰ সঞ্চালক হিচাপে নিযুক্তি দিলে সেইলৈ বিভিন্নজনে মিমৰ আকাৰে প্ৰশ্ন উত্থাপন কৰিছে।

Jatin bora meme 3

Category
Profile picture for user UB Photos