Assamese Actor

পঞ্চভূতত বিলীন হ’ল অভিনেতা জয়ন্ত দাস
নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন অভিনেতাগৰাকীৰ
এক আৱেগিক পৰিৱেশৰ মাজেৰে শিল্পীক বিদায়
শ শ গুণমুগ্ধৰ শেষ শ্ৰদ্ধাঞ্জলি মৰমৰ শিল্পীক
সৎকাৰৰ পূৰ্বে ৰৱীন্দ্ৰ ভৱনত শেষ শ্ৰদ্ধাঞ্জলি শিল্পীলৈ
যকৃতজনিত ৰোগত আক্ৰান্ত আছিল অভিনেতাগৰাকী
এখন ব্যক্তিগত হাস্পতালত হৈ আছিল চিকিৎসাধীন
৯ ডিচেম্বৰৰ পৰা চিকিৎসাধীন হৈ আছিল তেওঁ
১৯৬৯ চনত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল জয়ন্ত দাসে
মহানগৰীৰ যোৰপুখুৰী অঞ্চলৰ বাসিন্দা আছিল তেওঁ
প্ৰয়াত ক্ৰীড়াবিদ, সাংবাদিক পুলিন দাসৰ পুত্ৰ আছিল তেওঁ