◾ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা
◾আজিৰে পৰা ৰাজ্যত নাথাকে ক’ভিডৰ SOP
◾নাথাকে নৈশ সান্ধ্য আইনো
◾ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক
◾ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ১ হাজাৰ টকাৰ জৰিমনা
◾বাধ্যতামূলক সামাজিক দূৰত্ব, ছেনিটাইজাৰৰ ব্যৱহাৰ
◾ৰাজহুৱা স্থানত ভেকচিন নোলোৱা লোকৰ প্ৰৱেশতো বাধা
◾ভেকচিন নোলোৱা লোকক কেৱল চিকিৎসালয়তে অনুমতি
◾ৰাজহুৱা স্থানত থু পেলালেও ভৰিব লাগিব জৰিমনা
◾দোকানত থাকিব লাগিব ছেনিটাইজাৰৰ ব্যৱস্থা
◾বিদ্যালয় খোলা সন্দৰ্ভত শিক্ষা বিভাগৰ নিৰ্দেশনা