◾ জনতা ভৱনৰ পৰা মুখ্যমন্ত্ৰীৰ সংবাদ মেল
◾ ১৫ ফেব্ৰুৱাৰীৰ পৰা নাথাকে ক’ভিডৰ SOP
◾ মাস্ক আৰু ছেনিটাইজাৰ বাধ্যতামূলক
◾ ১৫ ফেব্ৰুৱাৰীৰ পৰা খুলিব স্কুল, কলেজ
◾ সকলো পৰ্যায়ৰ স্কুলেই খুলিব ১৫ ফেব্ৰুৱাৰীৰ পৰা
◾ সময়মতে অনুষ্ঠিত হ’ব পৰীক্ষা
◾ সকলো শিক্ষাৰ্থীৰে ভেকচিন বাধ্যতামূলক
◾ ১০০% দৰ্শকেৰে চলিব চিনেমা হ’ল
◾ চিনেমা হললৈ গ’লেও ল’ব লাগিব ভেকচিন
◾ বিবাহ, মাংগলিক কাৰ্যত নাথাকিব বাধা
◾সভা-সমিতিত দুপালি ভেকচিন লোৱা লোককহে অনুমতি
◾ বিহু সমিতিলৈ ডেৰ লাখকৈ চৰকাৰী সাহায্য
◾ চান্দা সংস্কৃতি ৰোধৰ বাবে এই পদক্ষেপ চৰকাৰৰ
◾ ১-৭ ব’হাগৰ ভিতৰত অনুষ্ঠিত হোৱা বিহু সমিতিলৈ এই সাহায্য
◾ পুৰনি বিহু সমিতিলৈ এই বিশেষ সাহায্য
◾ কমেও ১০ বছৰ পুৰণি হ’ব লাগিব বিহু সমিতিসমূহ
◾ সকলো চৰকাৰী কাৰ্যালয় DC অফিচৰ লগত সংযুক্ত হ’ব
◾ DCএ নিৰ্ধাৰণ কৰিব অনুষ্ঠানৰ সময়সীমা
◾ সকলো জিলাতে নিৰ্মাণ কৰা হ’ব প্ৰেক্ষাগৃহ
◾ ৫০০ ৰ পৰা ১০০ মানুহ বহিব পৰা হ’ব প্ৰেক্ষাগৃহত
◾ নগৰীকৰণক লৈ চৰকাৰৰ অভিলাষী প্ৰকল্প
◾ চহৰৰ মাজৰ পৰা কাৰাগাৰ উঠাই নিয়া হ’ব
◾ কাৰাগাৰৰ স্থানত নিৰ্মাণ কৰা হ’ব উদ্যান
◾ এপ্ৰিলত গুৱাহাটী পৌৰসভাৰ নিৰ্বাচন
◾ প্ৰতিখন জিলাতে ষ্টেডিয়াম থাকিব
- Log in to post comments