◾ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা
◾আজিৰে পৰা ৰাজ্যত নাথাকে ক’ভিডৰ SOP
◾নাথাকে নৈশ সান্ধ্য আইনো
◾ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক
◾ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ১ হাজাৰ টকাৰ জৰিমনা
◾বাধ্যতামূলক সামাজিক দূৰত্ব, ছেনিটাইজাৰৰ ব্যৱহাৰ
◾ৰাজহুৱা স্থানত ভেকচিন নোলোৱা লোকৰ প্ৰৱেশতো বাধা
◾ভেকচিন নোলোৱা লোকক কেৱল চিকিৎসালয়তে অনুমতি
◾ৰাজহুৱা স্থানত থু পেলালেও ভৰিব লাগিব জৰিমনা
◾দোকানত থাকিব লাগিব ছেনিটাইজাৰৰ ব্যৱস্থা
◾বিদ্যালয় খোলা সন্দৰ্ভত শিক্ষা বিভাগৰ নিৰ্দেশনা
◾আজিৰে পৰা খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান
◾প্ৰথম শ্ৰেণীৰ পৰা বিশ্ববিঃ পৰ্যায়ৰ সকলো শ্ৰেণীৰ পাঠদান
◾একেলগে কেৱল ৩০ শিক্ষাৰ্থীয়ে কৰিব পাৰিব পাঠগ্ৰহণ
◾শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাতো মানিব লাগিব সামাজিক দূৰত্ব
◾শিক্ষাৰ্থীৰ মাজত থাকিব অতি কমেও ৬ ফুটৰ দূৰত্ব
◾শ্ৰেণীৰ ভিতৰে বাহিৰে মানিব লাগিব এই নিয়ম
◾বিদ্যালয়ত থাকিব লাগিব থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা
- Log in to post comments