Cotton University Election

মঙলবাৰে অনুষ্ঠিত হয় কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা ২০২১-২২ৰ বৰ্ষৰ সাধাৰণ নিৰ্বাচন।

এইবাৰৰ নিৰ্বাচনত সভাপতি, সাধাৰণ সম্পাদককে ধৰি সৰ্বমুঠ ১৬টা পদত ৪৫ গৰাকীয়ে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়।

মঙলবাৰে অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত সভাপতি পদত দিগন্ত বৈশ্য, নিয়ৰ ডেকা আৰু প্ৰিয়ম ভাগৱতীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে উপ-সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে টিনা দেউৰী, জবা শইকীয়া, মানসী বৰুৱাই।