Nagaland

আজি নাগালেণ্ডৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস

৬১সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস পালন কৰিছে নাগালেণ্ডে

১৯৬৩ চনৰ ১ ডিচেম্বৰত প্ৰতিষ্ঠা নাগালেণ্ডৰ

কোহিমাত ৰাজ্যিক কাৰ্যসূচী চৰকাৰৰ

মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ অভিবাদন গ্ৰহণ

ৰাজ্যবাসীক সম্বোধন মুখ্যমন্ত্ৰী ৰিঅ’ৰ

দুখনকৈ গুৰুত্বপূৰ্ণ আঁচনিৰ আৰম্ভণি আজি

বিদ্যালয় সুৰক্ষা, দুৰ্যোগ প্ৰশমন আঁচনিৰ আৰম্ভ

‘NAGALAND AT 60’ শীৰ্ষক ফটো প্ৰদৰ্শনীৰো আয়োজন

‘STATEHOOD DAY’ক  লৈ নাগালেণ্ডত উছৱমুখৰ পৰিৱেশ