Assam Public Service Commission

APSCৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা উজ্বলিল বহুতো প্ৰতিভাধৰ। APSCৰ বিভিন্ন ৰেংকত স্থান লাভ বহু মেধাৱীৰ। কষ্টসাধ্য ফলাফল লাভত উৎফুল্লিত স্থানপ্ৰাপক। পিতৃ-মাতৃৰ লগতে উৎফুল্লিত হৈছে অঞ্চলবাসী।

এইবাৰ APSC ত নিযুক্তিৰ বাবে ৯১৩গৰাকী প্ৰাৰ্থীক নিৰ্বাচন। ACS, APSৰ লগতে অন্যান্য সংলগ্ন সেৱাৰ বাবে নিৰ্বাচিত। ACSৰ বাবে নিৰ্বাচন ৮৬গৰাকীক আৰু APSৰ বাবে নিৰ্বাচন ৬৫গৰাকীক।