APSCৰ পৰা আঁতৰিল বাধ্যতামূলক অসমীয়া ভাষাৰ কাকত

Assam Public Service

APSCৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত।

উচ্চ ন্যায়ালয়ক অৱগত কৰালে ৰাজ্য চৰকাৰে।

কেবিনেটৰ সিদ্ধান্তত শেষ মোহৰ ৰাজ্য চৰকাৰৰ।

বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখনৰ বিৰুদ্ধে আৱেদন কৰিছিল একাংশ প্ৰাৰ্থীয়ে।

বাধ্যতামূলক কাকতখন আঁতৰাবলৈ APSCক নিৰ্দেশ হাইকৰ্টৰ।

এতিয়াৰে পৰা পৰীক্ষাৰ্থীয়ে ৩০০ নম্বৰৰ অসমীয়া কাকতৰ পৰীক্ষা দিব নালাগে।

২০২২ চনৰ জানুৱাৰীত হ’ব লগীয়া মেইনছ পৰীক্ষাত পৰীক্ষাৰ্থীয়ে দিব নালাগে এই কাকতৰ পৰীক্ষা।

Category
Profile picture for user UB Photos