Team India

আৰম্ভ Countdown! কাইলৈ বিশ্বকাপ ফাইনেল। ভাৰত-অষ্ট্ৰেলিয়াৰ এই বিশ্বকাপ ফাইনেলক লৈ চৌদিশে উত্তেজনা। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামতো উখল-মাখল পৰিৱেশ। ক্ৰমাগতভাৱে ১০খন মেচ জিকি ফাইনেলত উপনিত ভাৰত। ফাইনেলক লৈ জোৰদাৰ প্ৰস্তুতি ভাৰতৰ। কোনে মাৰিব শেষ হাঁহি? কাৰ হাতলৈ যাব ২০২৩ বিশ্বকাপ ট্ৰফী?

চাৰিওদিশে চলি থকা এই কৌতুহলৰ মাজতে টীম ইণ্ডিয়াক লৈ বিতৰ্কিত মন্তব্য কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এগৰাকী অভিনেত্ৰী।

নিজৰ টুইটাৰ হেণ্ডেলাৰত টীম ইণ্ডিয়াই বিশ্বকাপ জিকিলেই বিশাখাপট্টনমৰ সমুদ্ৰ তীৰত নগ্ন হোৱাৰ কথা উল্লেখ কৰিছে অভিনেত্ৰীগৰাকীয়ে।