Assam By Election

১৩ নৱেম্বৰত ৫ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন
নিৰ্বাচনৰ বাবে তৎপৰ অসম সন্মিলিত মৰ্চা
আজি ঘোষণা হ’ব APCCৰ প্ৰাৰ্থীৰ তালিকা
প্ৰাৰ্থী নিৰ্বাচন কৰিব ৫জনীয়া কমিটীয়ে
AICCৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙক কমিটীৰ তালিকা
চামগুৰিত তানজিল হুছেইনৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত
ছিদলীত সঞ্জীৱ ৱাৰিৰ প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা
ধলাইত ধ্ৰুৱজ্যোতি পুৰকায়স্থক প্ৰাৰ্থিত্বৰ সম্ভাৱনা
বঙাইগাঁৱত ব্ৰজেনজিৎ সিংহক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা
বিহালীত প্ৰতিদ্বন্দ্বিতা আগনবঢ়ায় কংগ্ৰেছে
CPI MLৰ বিবেক দাসক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা