
০৯:২১ – বিজেপিৰ ফণীধৰ তালুকদাৰে লাভ কৰিছে ৫৭৫৪ টা ভোট ৷
থাওৰাত তৃতীয় ৰাউণ্ডৰ অন্তত ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰতকৈ ৫৭৪৬টা ভোটত আগবাঢ়ি আছে সুশান্ত বৰগোঁহাই ৷
০৯:২০- ভৱানীপুৰ সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপিৰ অগ্ৰগতি।
ৰাইজৰ দলৰ ধৈৰ্য কোৱঁৰে লাভ কৰিছে মাত্ৰ ১৪৩৯টা ভোট।
০৯:১৯- থাওৰাত দ্বিতীয় ৰাউণ্ডত নিকটতম প্ৰতিদ্বন্দ্বী ধৈৰ্য কোঁৱৰতকৈ সুশান্ত বৰগোঁহাই আগবাঢ়ি আছে ৪,৫৯০টা ভোটত ৷
Category
- Log in to post comments