
আজি ঘোষণা হ’ব উপ-নিৰ্বাচনৰ ফলাফল।
ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিজয় ৰেলীত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে। নিৰ্বাচনী আয়োগে এই নিষেধাজ্ঞা আৰোপ কৰিছে। তাৰোপৰি ক’ভিড পৰিস্থিতিৰ বাবে সমদলতো বাধা প্ৰদান কৰা হৈছে।
জয়ৰ প্ৰমাণপত্ৰ সংগ্ৰহৰ বাবে প্ৰাৰ্থীসহ মাত্ৰ দুজন লোকহে যোৱাৰহে অনুমতি দিয়া হৈছে।
Category
- Log in to post comments