National Film Awards

বৃহস্পতিবাৰে বিয়লি ঘোষণা কৰা হয় ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ভাৰতীয় চলচ্চিত্ৰ ক্ষেত্ৰখনক সামৰি প্ৰতিবছৰে প্ৰদান কৰি অহা এই বঁটা কেইটাবাও শিতানত প্ৰদান কৰা হৈছে। শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ অভিনেতা, অভিনেত্ৰীকে ধৰি অন্যান্য কলা-কুশলীক সামৰি প্ৰতিটো শিতানতে প্ৰদান কৰা এই বঁটা এইবাৰ অসমৰ কেইবাজনো কলা-কুশলীয়ে লাভ কৰিবলৈ সক্ষম হৈছে।

anur