Human Trafficking

ৰাজ্যত নাৰীদেহ ব্যৱসায়ী চক্ৰৰ বৃহৎ নেটৱৰ্ক। বাক্সাৰ আৰক্ষীৰ জালত ছয় গৰাকী নাৰীদেহ সৰবৰাহকাৰী। নগাঁও,মৰিগাঁও আৰু নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযানত এই বৃহৎ সাফল্য। আৰক্ষী বিষয়া গনেশ বৰ্মন আৰু সুনন্দ দাসৰ নেতৃত্বত এই বৃহৎ সাফল্য। বাক্সাৰ শিমলা আৰক্ষীৰ জালত পৰা নাৰীদেহ সৰবৰাহকাৰী কেইটা ক্ৰমে,দীপিকা দাস ওৰফে ধনু(নলবাৰী আৰিকুছি), ৰুনু দাস (গুৱাহাটীৰ বেহাৰবাৰীত),ইক্ৰামুল হুছেইন(নগাওৰ কলিয়াবৰ বৰঘুলি),কাচেম আলী(মৰিগাওৰ দাঙৰিগাও),বানেচা খাতুন(দাঙৰিগাও),দিলজান বেগম(মৰিগাও কলমৌবাৰী। সম্প্ৰতি মুল অভিযুক্ত আক্কেল আলী পলাতক। বাক্সাৰ পশ্চিম খাগ্ৰাবাৰীৰ এগৰাকী মহিলাক কেৰেলাত বিক্ৰিৰ বাবে পলাতক মুল