Assamese Language

◾ APSCৰ অসমীয়া ভাষা বিষয়ক প্রশ্নকাকত

◾ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নাই APSCএ

◾ কেবিনেটৰ সিদ্ধান্তৰ পিছত অনুষ্ঠিত হৈছিল পৰীক্ষা

◾ ফলাফল প্রকাশত উচ্চ ন্যায়ালয়ৰ স্থগিতা দেশ

◾ স্থগিতাদেশৰ পিছত আজি উচ্চ ন্যায়ালয়ত শুনানি

◾ ফলাফল প্রকাশ কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন

◾ ফলাফল প্রকাশত আপত্তি আছে গোচৰীয়া পক্ষৰ

◾ আপত্তি আছে নেকি জানিব বিচাৰিলে ন্যায়ালয়ে

◾ গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য উচ্চ ন্যায়ালয়ৰ