◾ APSCৰ অসমীয়া ভাষা বিষয়ক প্রশ্নকাকত
◾ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নাই APSCএ
◾ কেবিনেটৰ সিদ্ধান্তৰ পিছত অনুষ্ঠিত হৈছিল পৰীক্ষা
◾ ফলাফল প্রকাশত উচ্চ ন্যায়ালয়ৰ স্থগিতা দেশ
◾ স্থগিতাদেশৰ পিছত আজি উচ্চ ন্যায়ালয়ত শুনানি
◾ ফলাফল প্রকাশ কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন
◾ ফলাফল প্রকাশত আপত্তি আছে গোচৰীয়া পক্ষৰ
◾ আপত্তি আছে নেকি জানিব বিচাৰিলে ন্যায়ালয়ে
◾ গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য উচ্চ ন্যায়ালয়ৰ
Category
- Log in to post comments