Jail

কাৰাগাৰৰ বন্ধ কোঠৰীৰ পৰাই ভাগ্য সলনি হ’ল এজন কয়দীৰ। কয়দীৰ কণ্ঠই সলনি কৰিলে ভাগ্য। শাস্তিৰ পৰিৱৰ্তে পুৰষ্কাৰ পালে কানহাইয়াই। শেহতীয়াকৈ ভাইৰেল হৈছে কানহাইয়া নামৰ এটা কয়দীৰ ভিডিঅ’। য’ত কাৰাগাৰৰ ভিতৰত গান গাই আছিল কানহাইয়াই।

পৱন সিঙৰ গান গাই ভাইৰেল হৈ পৰিল ব্যক্তিজন। তেওঁৰ কণ্ঠই সলনি কৰি দিলে তেওঁৰ ভাগ্য। সুৰাপান কৰি জেলত সোমাইছিল ব্যক্তিজন। কনহায়াৰ কন্ঠ শুনি মন্ত্ৰমুগ্ধ হৈছিল জেল আৰক্ষী।