
১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে পদ্মশ্ৰী উদ্ধৱ ভৰালীক। তোলনীয়া জীয়ৰীক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হৈ আছিল উদ্ধৱ ভৰালী।
উচ্চ ন্যায়ালয়ত জামিন আৱেদন কৰিছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে ভৰালীৰ জামিন আৱেদন। আৰু অৱশেষত শুকুৰবাৰে, লখিমপুৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ভৰালীক।
Category
- Log in to post comments