Sonari

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতিসম্পন্ন ভাৰ উত্তোলক সিদ্ধান্ত গগৈক চৰাইদেউৰ “জিলা নিৰ্বাচন আইকন” হিচাপে বাছনি কৰা হৈছে। লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবেই  ভাৰ উত্তোলক গগৈক নিৰ্বাচনী আইকন হিচাপে বাছনি কৰে প্ৰশাসনে।