গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতি
চৰাইদেউ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ ৰাজনীশ বৰাক নিলম্বন
মৰাণ অইলৰ বিষয়াক আক্ৰমণৰ অভিযোগত নিলম্বন
অইলৰ বিষয়া গৰাকীৰ গৃহত প্ৰৱেশ কৰি আচবাব লণ্ডভণ্ড কৰিছিল দণ্ডাধীশগৰাকীয়ে
২৫ চেপ্তেম্বৰৰ নিশা সংঘটিত হৈছিল এই ঘটনা
এই অভিযোগৰ ভিত্তিতেই নিলম্বন দণ্ডাধীশ গৰাকীক
Category
- Log in to post comments