সোণাৰি সদৰ থানাত ভয়ংকৰ ঘটনাত ভয়ংকৰ ঘটনা! আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱালে আৰক্ষীয়ে।

Sonari Police Station

সোণাৰি সদৰ থানাত ভয়ংকৰ ঘটনা। আৰক্ষীয়ে গুলীয়াই হত্যা কৰিলে এজন সতীৰ্থক। গুলীচালনাত নিহত হয় গকুল বসুমতাৰী নামৰ আৰক্ষীজন। দীপক কাকতি নামৰ জোৱানজনৰ গুলীত নিহত হয় গকুল বসুমতাৰী। ডিঙিত চাৰিটা গুলী লাগে গকুল বসুমতাৰীৰ।নিহত পি বি এন যোৱান জনৰ ঘৰ চামগুৰিত। 

Category
Profile picture for user UB Photos