UB News

নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ প্ৰশাসনত জিলা আয়ুক্ত পৰ্যায়ত ব্যাপক ৰদবদল।

 ১৪ জিলাৰ জিলা আয়ুক্ত সালসলনি।

কামৰূপৰ(মেট্ৰ)ৰ জিলা আয়ুক্ত সুমিত সাতৱানক তিনিচুকীয়ালৈ বদলি।

শিৱসাগৰৰ জিলা আয়ুক্ত আয়ুশ গাৰ্গক বদলি কাছাৰলৈ।

কাছাৰৰ জিলা আয়ুক্ত মৃদুল য়াদৱক শিৱসাগৰলৈ বদলি।

ধুবুৰী জিলাৰ আয়ুক্ত দিৱাকৰ নাথক বদলি বঙাইগাঁৱলৈ।

তিনিচুকীয়াৰ জিলা আয়ুক্তক স্বপনীল পালক বদলি কামৰূপ(মেট্ৰ)লৈ।

কোকৰাঝাৰৰ জিলা আয়ুক্ত মাচান্দা মাগদালিন পাৰ্টিনক বিত্ত বিভাগৰ যুটীয়া আয়ুক্ত হিচাপে বদলি।