Muslim Marriage

মুছলমান পুৰুষ-মহিলাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছে গুৰুত্বপূৰ্ণ ৰায়।  এতিয়াৰ পৰা মুছলমান পুৰুষৰ দ্বিতীয় বৈধ পত্নী হ’ব নোৱাৰিব হিন্দু মহিলা।

প্ৰাপ্য পেন্সনৰ সুবিধাৰ পৰা বঞ্চিত হৈ আদালতৰ কাষ চাপিছিল এগৰাকী মুছলমান মহিলা। দীৰ্ঘদিন ধৰি পেন্সনৰ পৰা বঞ্চিত হৈ আছিল এজন মুছলমান পুৰুষৰ দ্বিতীয় পত্নী। উপায়ন্তৰ হৈ আদালতৰ ওচৰলৈ যোৱা মহিলাগৰাকীৰ কথা শুনি  গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰ মীমাংসা কৰি দিলে এই গুৰুত্বপূৰ্ণ ৰায়।