নতুন মুছলমান বিবাহ-বিচ্ছেদ আইনৰ বাবে বিধেয়ক
বিধানসভাত বৃহস্পতিবাৰে বিধেয়ক দাখিল
বিধেয়কক লৈ সদনত মুখ্যমন্ত্ৰীৰ সুদীৰ্ঘ ভাষণ
ৰাজ্যত সম্পূৰ্ণৰূপে বিলুপ্ত হ’ব কাজীপ্ৰথা
উপ-পঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন হ’ব মুছলমান বিবাহ
নিকাহ প্ৰথাৰেও সম্পন্ন কৰিব পাৰিব বিবাহ
মুছলমানৰ সুবিধাৰ বাবে অনা হৈছে এই বিধেয়ক
বিবাহৰ পঞ্জীয়ন মাচুল হ’ব মাত্ৰ এটকা
কাজীৰ কাম-কাজক লৈ সৰৱ মুখ্যমন্ত্ৰী
২০২৬ৰ পূৰ্বে বাল্যবিবাহ সম্পূৰ্ণ বিলুপ্ত কৰাৰ ঘোষণা
বিধেয়কৰ বিৰোধিতা AIUDFৰ বিধায়কৰ
Category
- Log in to post comments