Air India

খালিস্তানী সন্ত্ৰাসবাদী পান্নুনৰ বিৰুদ্ধে NIAৰ গোচৰ

১৯ নৱেম্বৰত AIR INDIAৰ যাত্ৰীক যাত্ৰা নকৰিবলৈ দিছিল ভাবুকি

AIR INDIAৰ বিমান চলাচল বন্ধৰ বাবেও দিছিল ভাবুকি

শিখ ফৰ জাষ্টিচৰ নেতা গুৰপটৱণ্ট সিং পান্নুন

ভিডিঅ’ বাৰ্তাযোগে বিমান যাত্ৰীৰ জীৱনক লৈ দিছিল ভাবুকি

কানাডাস্থিত পান্নুনৰ ভাবুকিৰ পিছতে সতৰ্ক হৈছিল সুৰক্ষা বাহিনী