award

গণৰাজ্য দিৱস উপলক্ষে দেশৰ ৯০১ গৰাকী আৰক্ষীলৈ বিশেষ সন্মান। ১৪০ গৰাকী আৰক্ষীলৈ আগবঢ়োৱা হৈছে সাহসিকতাৰ পদক। ৰাষ্ট্ৰপতিৰ পদক আগবঢ়োৱা হৈছে ৯৩ গৰাকী আৰক্ষীলৈ।