অসমত প্ৰখ্যাত কণ্ঠশিল্পী ঊষা মংগেশকাৰ,কণ্ঠশিল্পী গৰাকীলৈ ড০ ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সমন্বয় বঁটা

Usha Mangeshkar

অসমত উপস্থিত প্ৰখ্যাত কণ্ঠশিল্পী ঊষা মংগেশকাৰ। ঊষা মংগেশকাৰৰ লগতে অসম ভতিজাক আদিনাথ মংগেশকাৰ আৰু বোৱাৰী কৃষ্ণা মংগেশকাৰ। সোমবাৰে নিশা ১১.৩০ বজাত গুৱাহাটীত উপস্থিত হয় ঊষা মংগেশকাৰ। নিশা লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে ঊষা মংগেশকাৰক উষ্ম আদৰণি জনায় অসম সাহিত্য সভাৰ কৰ্মকৰ্তাই। উল্লেখ্য যে বিশিষ্ট শিল্পীগৰাকীক অসম সাহিত্য সভাই প্ৰদান কৰিলে ড০ ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় সমন্বয় বঁটা। সেয়ে অসমত আহিছিল বিশিষ্ট কণ্ঠশিল্পী গৰাকী। 

Category
Profile picture for user UB Photos