HS ত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীলৈ উপহাৰ, আজি ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান।

Scooty

আজি পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত স্কুটী বিতৰণ কাৰ্যসূচী। উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হব স্কুটী। প্ৰজ্ঞান ভাৰতীৰ উদ্যোগত বিতৰণ কৰা হব স্কুটী। অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ লগতে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বিতৰণ কৰা হৈছে স্কুটী৩৫,৮০০ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হব স্কুটী। HS ত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীলৈ এই উপহাৰ

 

Category
Profile picture for user UB Photos